البحث

عبارات مقترحة:

القيوم

كلمةُ (القَيُّوم) في اللغة صيغةُ مبالغة من القِيام، على وزنِ...

الرحيم

كلمة (الرحيم) في اللغة صيغة مبالغة من الرحمة على وزن (فعيل) وهي...

الكريم

كلمة (الكريم) في اللغة صفة مشبهة على وزن (فعيل)، وتعني: كثير...

এটা বাৰ্তা মাথোন

الأسامية - অসমীয়া

المؤلف নাজী বিন ইব্ৰাহীম আল-আৰফাজ ، ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
القسم كتب وأبحاث
النوع نصي
اللغة الأسامية - অসমীয়া
المفردات العقيدة
এটা বাৰ্তা মাথোন। এই পুস্তিকাত তাওহীদৰ অভিন্ন বাৰ্তা সম্পৰ্কে আলোচনা কৰা হৈছে, যিটো সকলো নবী আৰু ৰাছুলে প্ৰচাৰ কৰিছে, সেই আদম আলাইহিচ ছালামৰ পৰা আদি কৰি আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম পৰ্যন্ত। এই পুথিৰ বিশেষ এটা বৈশিষ্ট্য হৈছে, বৰ্তমান ইয়াহূদী আৰু খ্ৰীস্টানসকলৰ হাতত থকা বাইবেল (ৱল্ড টেস্টামেন্ট আৰু নিউ টেস্টামেন্ট)-ৰ আলোকত আল্লাহৰ তাওহীদ প্ৰমাণ কৰা হৈছে।